utterance_id
stringlengths 17
18
| text
stringlengths 1
313
| audio
audioduration (s) 2
29.7
|
---|---|---|
KaInDe_utt00000253 | অ' বাপৰে কি লেতেৰা দেখোন আচৰিত | |
KaInDe_utt00000254 | কি লেতেৰা আৰু পানী যে চিঃ ৰাম সেই পানী দি মানুহে গা ধুলে মৰি যাব | |
KaInDe_utt00000255 | অ' আমাৰ বাবুয়ে পিন্ধিছিল তো | |
KaInDe_utt00000257 | কিবা কি বুলি কয় বা এই অস্থি যে উতাই যে | |
KaInDe_utt00000258 | ওম পিণ্ড পিণ্ড | |
KaInDe_utt00000266 | এই তাত যাওঁতে ভাইতি এটাই ধুইছিল | |
KaInDe_utt00000268 | একদম লেতেৰা পানিটো একদম skin মানে বেয়া হৈ যাব মানে এনেকুৱা পানী | |
KaInDe_utt00000272 | অ' সব সেইখিনিটেই ধুৱে আচ্ছা নদীৰ পাৰ খিনি একদম এতিয়া ছফা কৰি ৰাখে ন' | |
KaInDe_utt00000274 | তেতিয়া কিন্তু এনেকে গৈয়েই ভাল লাগিব ন' এনেকে | |
KaInDe_utt00000278 | এই bridge খন হলে কিজানি ভাল লাগিব নেকি | |
KaInDe_utt00000285 | নহয় নহয় এনেই খোজকাঢ়ি আৰু | |
KaInDe_utt00000291 | এইটো মানে এনেই আৰু এখন বেছি দূৰ টো নহব ন' | |
KaInDe_utt00000293 | এনেই অহা যোৱা এইটো বোলে কিবা y নিচিনা বনাই আছে বস্তুটো | |
KaInDe_utt00000294 | অ'..... কি বা | |
KaInDe_utt00000297 | অ' ক'ত বা কি link কৰে নাজানো আৰু | |
KaInDe_utt00000300 | কিন্তু এইবিলাক লেতেৰা পেতেৰা কৰি থৈ দিয়ে যে মোৰ সেইকাৰণে খং উঠে | |
KaInDe_utt00000301 | ওম নকবি আৰু আৰু এতিয়া তো গোটেই একদম মূৰ্তি বিলাক ৰাস্তাতে মানে কিবা উটি উটি আহি আছে নহয় | |
KaInDe_utt00000303 | এহ্ মানুহ বিলাক মানে বহুত careless মানে এনেকুৱা careless সেই সিদিনা যে opening কৰিছিল fly over খন | |
KaInDe_utt00000307 | গণেশগুৰি খনৰ কথা কলি নে কৰ বিৰুবাৰী খনৰ কথা কলি | |
KaInDe_utt00000309 | অ' অ' অ' সেইদিনাখন এক তাৰিখে নে কি opening কৰিল | |
KaInDe_utt00000310 | অ' এতিয়া মানুহে তাতে, পিছদিনা আমি গলো ন' | |
KaInDe_utt00000312 | মানে পিকাই শিখৰ, ৰজনীগন্ধা | |
KaInDe_utt00000313 | এই মানুহখিনিয়েটো, মানুহখিনিয়েটো বেয়া সহঁতে নিজে লেতেৰা কৰে | |
KaInDe_utt00000320 | অ' কৰি দিয়াৰ পিছতো সেই অৱস্থা | |
KaInDe_utt00000322 | আৰু নিদিয়াক টো লগেই bridge এখন লাগে লাগে বুলি আন্দোলন কৰিব | |
KaInDe_utt00000326 | এই গুটখা বিলাক সব বন্ধ কৰি দিব লাগে | |
KaInDe_utt00000327 | সেইটো ভুল নকৰে কাৰণ সেইবিলকৰ পৰাই | |
KaInDe_utt00000330 | কিন্তু কিন্তু অভ্য়াস হৈ যাব ন' | |
KaInDe_utt00000335 | নহয় যদি কি কৰিব যে যোনে কিবা নিজে বনাই লব লাগিলে গুটখা | |
KaInDe_utt00000339 | দিনটোত কমেও ১০- ২০ পেকেট মান লাগে | |
KaInDe_utt00000340 | লাগে সিহতৰ মানে কি দৰকাৰ হলে ধাৰ কৰি আনিব টকা সোতত আনিব কিন্তু নিজৰ খোৱাটো বাৰু ভালকৈ কৰিব | |
KaInDe_utt00000341 | অ' সেয়ে আৰু cigarette খোৱা মানুহ টো আৰু | |
KaInDe_utt00000342 | এ মোৰ যে গোন্ধ টো একদম সহ্য় নহয় কিবা যদি কোনোবা যদি মোৰ ওচৰত খাই আছে মোৰ গোন্ধ টো একদম পেটলৈকে গুচি যায় কিবা এটা | |
KaInDe_utt00000343 | মোৰ একদম অসহ্য় বমি আহো আহি হৈ যাই | |
KaInDe_utt00000344 | মোৰ শিখৰ আৰু এইটো cigarette ৰ গোন্ধ টো মোৰ একদম সহ্য় নহয় | |
KaInDe_utt00000347 | কেনেকৈ যে খাই আৰু খাব নাপালে পাগল হৈ যায় | |
KaInDe_utt00000350 | কিন্তু আমাৰ চৰকাৰখনে নোৱাৰে | |
KaInDe_utt00000352 | অ' আৰু এতিয়া মদত বোলে number one আমাৰ | |
KaInDe_utt00000354 | তই ভাবচোন মানে আচৰিত ন' মদৰ কাৰণে বিখ্যাত হৈ আছে | |
KaInDe_utt00000355 | মদ বিক্ৰী কৰিয়েই মানে দেশৰ GDP বঢ়াই দিব একদম | |
KaInDe_utt00000357 | সিদিনা নেকি উলাইছিল ন' বিশ্বকৰ্মা পূজাৰ দিনা যে কিমান মদ বিক্ৰী হৈছে কিমান কোটি টকাৰ মদ বিক্ৰী হৈছে | |
KaInDe_utt00000360 | আজি মদৰ মালিক অমুক বুলি | |
KaInDe_utt00000363 | মানুহবিলাক খাব নাপাই পাগল হৈ গৈছিল | |
KaInDe_utt00000364 | মানুহবিলাকে black ত মদ বিকিছে | |
KaInDe_utt00000366 | কিন্তু চাবি হা এনেই অভাৱ কিন্তু তাৰ মাজতো কিন্তু মদ খাব এৰা নাই | |
KaInDe_utt00000367 | মদ খাব পইচা আছে | |
KaInDe_utt00000370 | তাকেই তোঁ | |
KaInDe_utt00000372 | অ' অ' অ' জিতু হঁতৰ | |
KaInDe_utt00000373 | ত হেৰী tuition ৰ fees দিব পইচা নাই হা মোক কৈছে | |
KaInDe_utt00000377 | দিব মানে fees দিব পইচা নাই | |
KaInDe_utt00000380 | অ' তই ভাৱচোণ এটাৰটো double হৈ যায় দাম টো | |
KaInDe_utt00000381 | অ' lockdown ত আনকি মানে carton ত কিনি আনিছে কিনি আনি কিছুমানে টো black ত বিক্ৰী কৰিছে | |
KaInDe_utt00000385 | অচ্ছা tuition ৰ পইচা যোনে খাই নহয় সিহঁতৰ কিন্তু কেতিয়াও উন্নতি নহয় মানে কিমান কষ্ট কৰি শিকোৱা যাই ন | |
KaInDe_utt00000391 | পাৰা হওঁক ক, খ, a, b, c, d, খিনি ধৰিব পৰা হ'ল কোনে শিকাইছে কাৰ তাত tuition কৰা অমুক ৰ তাত কৰোঁ | |
KaInDe_utt00000392 | অ' সেইয়াই আৰু | |
KaInDe_utt00000395 | কাম ন' profession এটা | |
KaInDe_utt00000396 | ওম ওম ওম সেইটোয়েই তো | |
KaInDe_utt00000397 | গুৰুত্ব নাই মানুহৰ মানে নিজৰ ৰং-ধং তো ঠিকেই আছে | |
KaInDe_utt00000402 | বাকী জহন্নামে যা যি যা যাই থাক | |
KaInDe_utt00000405 | আৰু নিজে তো নোৱাৰেই নিজে পঢ়িব পৰা হলে কথা নাছিল যে ময়েই শিকাম লৰা-ছোৱালী খিনিক | |
KaInDe_utt00000407 | tuition দিলে আনকি লেবেলত দিব আৰু অমুকৰ তাত tuition দিছো কিন্তু fees টো হলে তিনি মাহ চাৰি মাহ লাগে | |
KaInDe_utt00000409 | অ' তিনি মাহ চাৰি মাহ খুজি মৰি যাব লাগিব | |
KaInDe_utt00000412 | কিন্তু মানুহৰ অভাৱ তো দেখি থাকিলে বুজিব পাৰি যে অ' এখেতে ক'তনো দিব নিজেই খাব পোৱা নাই | |
KaInDe_utt00000413 | অভাৱি মানুহ নহয় এইবিলাক মানে কি ভাওঁ ধৰা অভাৱি মানুহ | |
KaInDe_utt00000417 | পঢ়া শুনাৰ সময়ত অভাৱ শুনাই | |
KaInDe_utt00000421 | কাপোৰ কিনি বস্তু কিনি বস্তু কিনি পুৰা একদম যাকে যি দেখে | |
KaInDe_utt00000435 | নহয় ইমানো, ইমনো নোৱাৰি আৰু | |
KaInDe_utt00000438 | কষ্টকৰ হ'ব পাৰে বাৰু কিন্তু হলেও | |
KaInDe_utt00000439 | এহ্ মানুহবিলাকক ভাল নহয় অ' | |
KaInDe_utt00000442 | নিজৰ বিচাৰ বিবেচনা নাই কি কৰিব লাগে কি কৰিব নালাগে পঢ়াটোতকে বেচি মানে বেলেগখিনিহে গুৰুত্ব | |
KaInDe_utt00000444 | আৰু mobile কেইটা তো হাতত দিয়েই দিয়ে সিহঁতক | |
KaInDe_utt00000446 | মানে কিবা মাকে ঘৰত কিবা কৰিল mobile টো ল' game খেল | |
KaInDe_utt00000448 | তোৰ হেৰী মনত নাই ডাঙৰ মইনা যে আছে সিহঁতৰ লৰাটো যে আছিল | |
KaInDe_utt00000450 | অ' হেৰী mobile দি দিলে নহয় nine মান তে mobile দিলে চাগে | |
KaInDe_utt00000456 | গৈ যায়কিনে আৰু সি পঢ়া পাটি last ত বাদেই দিলে মানে mobile ত ভৰাব পইচা লাগে ন | |
KaInDe_utt00000460 | নপঢ়োঁ কামত সোমাম তাৰ পিছত যে কামত সোমালে | |
KaInDe_utt00000461 | এবাৰ যদি পইচা সোমাই যায় নহয় পঢ়ি থকা বয়সত | |
KaInDe_utt00000462 | অ' হেয়াই আৰু কামতে লাগি গল পঢ়া পাতি বাদ দিলে ইয়াৰ পিছত কি হল কিন্তু তাৰ পিছত সেইটো mobile নলগা হল তাৰ মানে সেইটো অলপ কম দামী mobile আছিল | |
KaInDe_utt00000466 | ঐ সি drink ও কৰে ন' শুনা পাইছিলোঁ মই | |
KaInDe_utt00000467 | নাজানো দেই হিহঁতে তো নকৰা বুলিয়ে কয় | |
KaInDe_utt00000468 | ক'ত আৰু ক'ব তাৰ লগ বিলাক যে ইমান গুণ্ডা নিচিনা ইমান দেখাত কানফুলি পিন্ধা গলৰ chain পিন্ধা কিবা অদ্ভুত চুলি colour দেখিছ' নাই তই | |
KaInDe_utt00000471 | কি ভাল হব, কি ভাল হব class nine ৰ পিছত নপঢ়িলে কামত সোমাই গ'ল | |
KaInDe_utt00000476 | এতিয়া আৰু কামতে | |
KaInDe_utt00000478 | মাক দেউতাকেও ভাল পাইছে | |
KaInDe_utt00000480 | লৰা income কৰি দিছে লৰা ডাঙৰ হৈছে | |
KaInDe_utt00000483 | ইফালে নামেই লিখিব পৰা নহওঁক হিচাপ নিকাছেই নজনা হওঁক | |
KaInDe_utt00000486 | পিছত প্ৰস্তাৱ মানে এতিয়া যিকোনো এটা কাপোৰৰ দোকানতে সোমাইছে বা কবাতে সোমাইছে চলি আছে বাৰু যেনিবা কিন্তু সৰু সুৰা ধৰ তই হিচাপ নিকাছৰ কামটো দৰমহা ইমান খিনি দিয়ে | |
KaInDe_utt00000487 | সি দৰমহাটোহে লোভটো থাকিব কিন্তু সি নোৱাৰিব লিখিব কাৰণে হিচাপ নিকাচ | |
KaInDe_utt00000493 | এইচৱ মাক দেউতাকৰ ভুল | |
KaInDe_utt00000495 | mobile টো নিদিয়া হ'লে কিজানি তাৰ mobile ৰ প্ৰতি ধান্দা নাথাকিলে হেঁতেন যদিওঁ বিচাৰে বাৰু | |
KaInDe_utt00000499 | পঢ়া নহ'লে মজদুৰি কৰিব লাগিব আৰু সেইয়াই হ'ব | |
KaInDe_utt00000500 | হলেও কেইদিন নো | |
KaInDe_utt00000501 | সেইবিলাক | |
KaInDe_utt00000502 | তাতে এইবিলাক লগ সং এইবিলাক যিহে নহয় | |
KaInDe_utt00000504 | বেয়া হ'ব আৰু আৰু যদি মদ ভাং খাই আৰু ক'ত থাকিব দৰমহা পইচা সেইটো হেনেকে খাওঁতেই শেষ হ'বচোন তেতিয়া ঘৰত দিবই নুকুলিব | |
KaInDe_utt00000508 | অ' অ' আৰু যেতিয়া নিজৰ নিজে income কৰিব নিজৰ টকাৰে esh কৰিব তেতিয়া মাক বাপেকে গালি পাৰিলে ক'ব তই ক'ব লগা কোন হৈ মই নিজৰ পইচা ৰেহে কৰিছোঁ | |
KaInDe_utt00000511 | ক'য়েই মাজে মাজে | |
KaInDe_utt00000519 | বাপৰে আমিহে আজিলে এটা পতাব পৰা নাই | |
KaInDe_utt00000521 | অ' সেকেকেই আৰু বৰ্বাদ আৰু ঘৈনিয়েক জনিৰো আৰু ক'ত পঢ়া হ'ব | |
KaInDe_utt00000522 | ওম ওম ওম এই কোনোবা দিনা লৈ নাহিলে ৰক্ষা আৰু |