audio_filepath
audioduration (s) 0.2
55.9
| text
stringlengths 5
703
| duration
float64 0.2
55.9
| lang
stringclasses 1
value |
---|---|---|---|
দেশখনত এই ভ্ৰমণসূচীৰ সামৰণিৰ পৰ্যায়ত তেওঁ ভাৰত আইচলেণ্ড বাণিজ্যিক চক্ৰ এখনত অংশ গ্ৰহণ কৰিব বুলি প্ৰকাশ পাইছে | 11.08 | as |
|
উল্লেখযোগ্য যে এয়া হ'ব ভাৰতৰ এগৰাকী ৰাট্টপতিৰ প্ৰথমটো শ্লোভেনিয়া ভ্ৰমণ | 4.04 | as |
|
বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু জীতেন্দ্ৰ সিং আৰু ৰামেশ্বৰ টেলিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে | 11.04 | as |
|
উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হব | 4.88 | as |
|
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু আন কেতবোৰ বিষয় সম্পৰ্কেও সন্মিলনত আলোচনা কৰা হ'ব | 5.24 | as |
|
এই তিনিওখন দেশতে তেওঁ তেল আৰু গেছ খণ্ডৰ লগতে তীখা খণ্ডৰো সংশ্লিষ্ট মন্ত্ৰীকেইগৰাকীৰ সৈতে আলোচনাত মিলিত হব | 6.84 | as |
|
ইয়াৰ ভিতৰত পাৰাদ্বীপ হালদীয়া দুৰ্গাপুৰ গেছপাইপ লাইনৰ সম্প্ৰসাৰণ আৰু পূব চম্পাৰণ তথা বাঁকাৰ গেছ ভৰোৱা প্ৰকল্প অন্যতম | 6.96 | as |
|
গেছ ভৰোৱা এই প্ৰকল্প দুটাৰ ফলত ৰাজ্যখনৰ ৰন্ধন গেছৰ বৰ্ধিত চাহিদা পূৰণ হ'ব আৰু আমনিৰ্ভৰ বিহাৰৰ প্ৰচেষ্টা সুদ্দ হ'ব বুলি আশা কৰা হৈছে | 7.52 | as |
|
একেদৰে পুব চাম্পৰণ প্ৰকল্পৰ পৰা বিহাৰৰ পুব আৰু পশ্চিম চম্পাৰণ মুজাফৰপুৰ চিৱান গোপালগঞ্জ সীতামঢ়ি আৰু উত্তৰ প্ৰদেশৰ কুশি নগৰ জিলাৰ উপভোক্তাসকল লাভান্বিত হ'ব | 10.8 | as |
|
ভাষণ প্ৰসংগত বিহাৰৰ মুখ্যমন্তী নিতীশ কুমাৰৰ প্ৰশংসা কৰি প্ৰধানমন্ৰীয়ে কয় যে তেওঁ বিহাৰক প্ৰগতিৰ পথত আগুৱাই নিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে | 8 | as |
|
এই উপলক্ষে মুখ্যমন্তী নিতীশ কুমাৰে কয় যে কৰণাৰ এই বিপৰ্যয়ৰ সময়ত প্ৰধানমন্তী উজ্বলা যোজনাই গ্ৰামাঞলৰ মহিলাসকলক যথেষ্ট সহায় কৰিছে | 8.24 | as |
|
স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কালিৰ দিনটোত কামৰূপ মহানগৰ শিৱসাগৰ জিলাৰ চাৰিজনকৈ শোণিতপুৰ গোলাঘাট তিনিচুকীয়া জিলাৰ দুজনকৈ নলবাৰী আৰু ধুবুৰীৰ এজনকৈ কভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে | 12.08 | as |
|
আকাশবাণী দূৰদৰ্শন প্ৰধানমন্ত্ৰী কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয় আকাশবাণী আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হব | 9.88 | as |
|
প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ সম্প্ৰচাৰ কৰিব | 6.8 | as |
|
উল্লেখযোগ্য যে প্ৰত্যেক মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰিত মন কী বাত অনুষ্ঠানটোৰ যোগেদি প্ৰধানমন্তী নৰেদ্ৰ মোদীয়ে বিভিন্ন গুৰুত্পূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰি আহিছে | 11.68 | as |
|
দিন্নীত আজি পুৱা তাপমাত্ৰা এইবাৰৰ শীতকালৰ ভিতৰতে সৰ্বনিন্ন হয় | 4.92 | as |
|
ডাঠ কুঁৱলীৰ বাবে আজি পুৱা দিল্লী বিমান বন্দৰত দৃশ্যমানতা শূণ্যলৈ অৱনমিত হয় | 6 | as |
|
আনহাতে পাঞ্জাৱ হাৰিয়াণা চণ্ডীগড় দিল্লী উত্তৰ ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত অহা দদিনত শীতৰ প্ৰকোপ অব্যাহত থাকিব | 9.2 | as |
|
আনহাতে পাঞ্জাব হাৰিয়াণা চণ্ণীগড় দিল্লী উত্তৰ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত অহা তিনি দিনলৈ ডাঠ কুঁৱলী থাকিব | 8.04 | as |
|
উত্তৰ মধ্য প্ৰদেশ বিহাৰ ঝাৰখণ্ড পশ্চিমবঙ্গ ছিক্কিম আৰু ওড়িশাত অহা দুদিনলৈ আৰু উত্তৰ পূৰ্বাঞ্চলত অহা চাৰি পাঁচ দিনলৈ ডাঠ কূঁৱলী থকাৰ সম্ভাৱনা আছে | 10.8 | as |
|
শীতৰ প্ৰকোপৰ বাবে ৰে'ল আৰু বিমান সেৱাত ব্যাঘাত জন্মিছে | 3.8 | as |
|
তেওঁ কয় যে কংগ্ৰেছ দল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী | 3.92 | as |
|
আনহাতে বিজেপিয়ে দেশৰ অথনীতি ধবংস কৰিলে বুলিও শ্ৰীগান্ধীয়ে অভিযোগ তোলে | 5.28 | as |
|
গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলটোৰ সভাপতি অতূল বৰা আৰু কাৰ্য্যবাহী সভাপতি কেশৱ মহন্তই কয় যে দলটোৱে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে | 14.36 | as |
|
তেওঁলোকে কয় যে দলটো অসমৰ জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ | 6.08 | as |
|
এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা মতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে | 5.56 | as |
|
এগৰাকী আৰক্ষী বিষয়াই কয় যে পুৱাৰ ব্যস্ততাপূৰ্ণ সময়তে মগাডিছুৰ এটা কৰ সংগ্ৰহ কেন্দ্ৰক লক্ষ্য কৰি এই বিস্ফোৰণ ঘটোৱা হৈছিল | 8.64 | as |
|
এই বিস্ফোৰণত মৃত্যু হোৱাসকল অসামৰিক লোক | 2.8 | as |
|
উল্লেখযোগ্য যে এই বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই | 5.16 | as |
|
মুম্বাইত কালি প্ৰকাশ কৰা এই প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰী বেংকসমূহক চৰকাৰৰ পৰা পুঁজি লাভ কৰাৰ পাছত বেংকিং ক্ষেত্ৰৰ স্থিতি শক্তিশালী হৈছে | 9.72 | as |
|
অৱশ্যে গোলকীয় বা ঘৰুৱা অৰ্থব্যৱস্থাৰ অনিশ্চয়তা আৰু ভৌগোলিক ৰাজনৈতিক ঘটনাক্ৰমৰ বাবে বিপদৰ আশংকা এতিয়াও অব্যাহত আছে | 9.76 | as |
|
এই প্ৰতিবেদনত অৰ্থনৈতিক খণ্ডৰ উন্নয়ন আৰু নীতি নিয়মৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হৈছে | 6.92 | as |
|
সেনাবাহিনীৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে তালিবান সন্তাসবাদীয়ে এটা সূৰংগ খান্দি সংগীন জিলাৰ সেনাৰ ঘাটিটোত প্ৰৱেশ কৰি আক্ৰমণ কৰে | 9 | as |
|
এই আক্ৰমত চাৰিজন সৈন্য আঘাতপ্ৰাপ্ত হয় | 2.96 | as |
|
এই ব্যক্তিসকলৰ বিৰুদ্ধে ঠগ প্ৰবঞ্চনাৰ লগতে প্ৰমাণ নাইকীয়া কৰা আৰু ভুৱা নথি পত্ৰকে ধৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অভিযোগ দাখিল কৰা হৈছে | 11.2 | as |
|
উল্লেখযোগ্য যে এই বছৰ ছেপ্তেম্বৰ মাহত এই বহুকোটি টকীয়া কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছতেই পাঁচোজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল | 8.44 | as |
|
এই উপলক্ষে আয়োজন কৰা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে চৰ্দাৰ পেটেলে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে | 6.6 | as |
|
ইয়াৰ পূৰ্বে সহকাৰী কমাণ্ডেণ্টত হনুমান সিং যাদৱৰ নেতৃত্ব কুচকাৱাজেৰে একতা দিৱসৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় | 7.04 | as |
|
এই কুচকাৱাজত চি আৰ পি এফ চি আই এছ এফ বি এছ এফ আৰু অসম কৰ্ণাটক জম্মু কাশ্মীৰৰ আৰক্ষী বাহিনীয়ে অংশগ্ৰহণ কৰে | 9.88 | as |
|
ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চৰ্দাৰ পেটেলৰ জীৱনৰ ওপৰত আধাৰিত নৃত্য প্ৰদৰ্শন কৰে | 5.92 | as |
|
এই অনুষ্ঠানত এন ডি আৰ এফ এন এছ জি আৰু চি আই এছ এফে বিভিন্ন কাৰুকাৰ্য তথা সমৰ কলা প্ৰদৰ্শন কৰে | 7.32 | as |
|
এই কুছকাৱাজৰ আকৰ্ষণীয় দিশটো আছিল গুজৰাট আৰক্ষী আৰু চি আৰ পি এফৰ মহিলা গোটৰ অংশগ্ৰহণ | 5.96 | as |
|
তেওঁ দেশৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ নিৰ্বাহ কৰাৰ লগতে গৃহ মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল | 5.44 | as |
|
চৰ্দাৰ পেটেলে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল | 3.92 | as |
|
আসনৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ পাছত জম্ম কাম্মীৰ বিধানসভা নতুনকৈ গঠন কৰা হ'ব | 4.28 | as |
|
ৰাষ্ট্ৰপতি চেবিষ্টিয়ান পিনেৰাই জনাইছে যে তেওঁ বহুত দুখেৰে এই সিদ্ধান্ত লৈছে | 4.36 | as |
|
চিলিত নৱেম্বৰ মাহত এছিয়া প্ৰশান্ত আৰ্থিক সহযোগিতা সম্মিলন আৰু ডিচেম্বৰ মাহত ৰাট্ট্সংঘৰ জলবায়ু পৰিৱৰ্তনৰ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল | 7.52 | as |
|
শ্ৰী ফাড়ণবিছে কৃষকৰ অৱস্থাৰ উন্নতিৰ লগতে ৰাজ্যখনক খৰাংমুক্ত ৰাজ্যত পৰিণত কৰাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে | 6.72 | as |
|
ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে অলপতে জৰুৰী পৰিস্থিতিত কোৱিশিল্ড আৰু কোৱাক্সিন নামৰ দুবিধ কোৱিড প্ৰতিষেধকৰ ব্যৱহাৰত অনুমোদন জনাইছে | 7.04 | as |
|
এই প্ৰতিষেধক দুবিধৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে প্ৰমাণিত হৈছে | 3.64 | as |
|
সৰ্বপ্ৰথমে স্বাস্থ্যযতন কৰ্মী আৰু কোৱিড বিৰোধী যুজখনত সন্মুখৰ পৰা যুজ দিয়া কোৱিড যোদ্ধাসকলক এই প্ৰতিষেধক প্ৰদান কৰা হব | 6.48 | as |
|
সমগ্ৰ দেশতে তিনিটা পৰ্যায়ত টীকাকৰণৰ ড্ৰাই ৰান অৰ্থাৎ আখৰামূলক অনুশীলনো সম্পন্ন কৰা হৈছে | 5.36 | as |
|
উদ্যোগ শিক্ষা বিনিয়োগ বেংকিং বিত্ত আৰু ষ্টাৰ্ট আপ খণ্ডৰ যুৱ কাণ্ডাৰীসকলক একেখন মঞ্চত উপৱিষ্ট কৰাই এই সন্মিলনৰ মুল উদ্দেশ্য | 8.72 | as |
|
শ্ৰী নাইডুৱে এটা শোকবাৰ্তাত কৈছে যে ৰাৱৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু তেওঁ বহুমুখী ব্যক্তিত্বৰ অধিকাৰী আৰু নিজেই এটা প্ৰতিষ্ঠান আছিল | 8.16 | as |
|
উপ ৰাট্টপতিয়ে কয় যে প্ৰয়াত ৰাৱে সকলো ক্ষেত্ৰতে নৈতিক প্ৰমূল্যসমূহ মানি চলিছিল | 5.52 | as |
|
কেন্দ্ৰীয় বাহিনীৰ দলে ব্যৱসায়ী গণেশ বাগড়িয়াৰ কাৰ্যালয় আৰু বাসগৃহৰ লগতে হুগলী জিলাৰ কোন্নাগড় কানাইপুৰৰ নিৰজ আৰু অমিতৰ বাসগৃহত তালাচী চলাইছে বুলি জানিব পৰা গৈছে | 11.28 | as |
|
মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল দলৰ সাংগঠনিক শাখাৰ ৰাষ্টীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু অন্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব | 7.24 | as |
|
শ্ৰী নাড্ডাই দলৰ কৰ্মকৰ্তাসকলৰ সৈতেও বৈঠকত মিলিত হ'ব | 3.44 | as |
|
শ্ৰী নাড্ডাৰ এই ভ্ৰমণে ৰাজ্যখনত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিব | 3.76 | as |
|
খাদী প্ৰাকৃতিক ৰং নামেৰে নামাকৰণ কৰা এই ৰং পৰিৱেশৰ দিশৰ পৰা সুৰক্ষিত আৰু বিষহীন | 5.72 | as |
|
উল্লেখযোগ্য যে এই ৰং তৈয়াৰ কৰোতে প্ৰধানকৈ গৰুৰ গোৱৰ ব্যৱহাৰ কৰাৰ বাবে ই কম খৰচী আৰু গোন্ধহীন | 5.56 | as |
|
ভাৰতীয় মানৱ ব্যৰ'য়ে এই ৰঙৰ স্বীকৃতি প্ৰদান কৰিছে | 2.92 | as |
|
কোৰিয়াৰ ৰাট্টপতি মূন জেই ইনৰ সৈতে হ'বলগীয়া শীৰ্ষ পৰ্যায়ৰ আলোচনাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ নেতৃবৰ্গ ব্যৱসায়ী আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও আলোচনাত মিলিত হব | 10.88 | as |
|
তেওঁ বিশ্বশান্তি জলবায়ু পৰিবৰ্তন আৰু মানৱ অধিকাৰৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ লয় | 6.32 | as |
|
সকলো ধৰণৰ পদক্ষেপৰ লগতে বেংকসমূহৰ সৈতে প্ৰবঞ্চনা কৰা তথা ইচ্ছাকৃতভাৱে ঋণ পৰিশোধ নকৰাসকলৰ সৈতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকসমূহৰ প্ৰতি আহ্বান জনাইছে | 10.92 | as |
|
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্যিকী উপলক্ষে আজি মধ্য প্ৰদেশৰ ভূপালত আয়োজিত দলীয় কৰ্মীসকলৰ এটা বিশাল সমাৱেশত ভাষণ দি প্ৰধানমন্তী মোদীয়ে এইদৰে প্ৰকাশ কৰে | 9.64 | as |
|
শ্ৰীমোদীয়ে কয় যে দেশক ভোটবেংকৰ ৰাজনীতি আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰাটো বিজেপিৰ মূল লক্ষ্য | 5.88 | as |
|
দেশৰ মহান নেতাসকলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে মহাম্মা গান্ধী ৰাম মনোহৰ লোহিয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় এই তিনিগৰাকী নেতাৰ কথা কেতিয়াও পাহৰিব নোৱাৰে | 10.28 | as |
|
তেওঁলোকে নিজৰ কৰ্মৰাজিৰ মাজেৰে দেশক নতুন শিখৰলৈ লৈ গৈছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে | 5.36 | as |
|
শ্ৰীমোদীয়ে লগতে এইটোৱো স্পষ্ট কৰি দিয়ে যে একান্ম মানৱতাবাদৰ সৈতে বিজেপিৰ আদৰ্শৰ সামঞ্জস্য আছে আৰু বিশ্বৰ আন কোনো ৰাজনৈতিক দলে মানৱতাবাদৰ এই আদৰ্শৰাজি সন্দৰ্ভত কাম কৰা নাই | 11.44 | as |
|
তিনি তালাক বিষয়টো লৈ বিৰোধী দলসমূহৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী মহিলাই সমান অধিকাৰ লাভ কৰা উচিত লাগিলে তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক | 9.32 | as |
|
অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলিও তেওঁ সজোৰে প্ৰকাশ কৰে | 4.56 | as |
|
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু আন ভালেমান গণ্য মান্য লোকে এই সমাৱেশত অংশগ্ৰহণ কৰে | 5.36 | as |
|
এটা টুইটযোগে শ্ৰীমোদীয়ে বিজেপিৰ ভাবাদৰ্শী আৰু জনসংঘৰ সহ প্ৰতিষ্ঠাতা গৰাকীক স্মৰণ কৰাৰ লগতে এটা ভি ডি অও মুকলি কৰে | 9.24 | as |
|
তেওঁ কয় যে এনে পদক্ষেপে বেংকসমূহৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰি যে একো ভুল কৰা হোৱা নাই সেয়া প্ৰমাণ কৰিব | 6.4 | as |
|
নতুন দিল্লীত আজি অনুষ্ঠিত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বাৰ্ষিক পৰ্য্যালোচনা বৈঠকত বেংকসমূহৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু পূৰণকালীন সঞালকসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীজেট্লীয়ে এইদৰে প্ৰকাশ কৰে | 11.36 | as |
|
অৰ্থব্যৱস্থাৰ আৱশ্যকতাসমূহ পূৰণ কৰাৰ বাবে বেংকিং ব্যৱস্থাৰ প্ৰতি আস্থা পূৰ্বচৰ্ত বুলিও শ্ৰীজেট্লীয়ে উল্লেখ কৰে | 6.48 | as |
|
শ্ৰীজেট্লীয়ে কয় যে অৰ্থব্যৱস্থাৰ বিকাশে বেংকসমূহৰ স্থিতিও সুদ্য় কৰি তুলিব | 4.48 | as |
|
শ্ৰীজেট্লীয়ে লগতে কয় যে সদাসম্প্ৰসাৰিত অৰ্থব্যৱস্থাৰ ঋণজনিত আৱশ্যকতাসমূহ পুৰণ কৰিবলৈ হলে বেংকসমূহে নিজৰ শক্তি বৃদ্ধি কৰিবই লাগিব | 8.76 | as |
|
বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতীয় অৰ্থব্যৱস্থাৰ বিভিন্ন কাম কাজক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে চলোৱা প্ৰয়াসৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিৰ মাধ্যমেৰে হোৱা সৰ্বামক বিকাশে জনসাধাৰণৰ ক্ৰয় ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে আৰু ইয়াৰ ফলত অৰ্থব্যৱস্থাৰ বিকাশৰ গতিও ত্ৰাৱিত হ'ব | 16.12 | as |
|
ঋণ পৰিশোধৰ অসামৰ্থ্য তথা দেউলীয়া বিধি সামগ্ৰী আৰু সেৱাকৰ বিমূদ্ৰাকৰণ আৰু ডিজিটীয় ধনাদায়ৰ লেখিয়া পদক্ষেপসমূহে দেশৰ বিত্তীয় সামৰ্থ্য আৰু সম্ভাব্য বিপদৰ সঠিক মূল্যায়ণত সহায় কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে | 12.08 | as |
|
শ্ৰীজেটলীয়ে লগতে কয় যে ৰাজছৱা খণ্ডৰ বেংকসমূহৰ স্থিতি সন্দৰ্ভত জনমানসত পূৰ্বৰ তুলনাত অধিক ইতিবাচক অনুমান গঢ়ি উঠিছে কাৰণ ঋণ পুনৰুদ্ধাৰ নিষ্পত্তি আৰু ঋণ প্ৰদানৰ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বেংকসমূহে সূফল দেখুৱাবলৈ সক্ষম হৈছে | 14 | as |
|
বেগুচৰাইৰ আৰক্ষী অধীক্ষক আদিত্য কুমাৰে কৈছে যে চন্দ্ৰশেখৰ বাৰ্মক কৰায়ত্ব কৰাৰ বাবে সম্প্ৰতি তালাচী চলাই থকা হৈছে | 6.24 | as |
|
উল্লেখযোগ্য যে মুজাফ্ফৰনগৰ আশ্ৰয় গৃহ কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী ব্ৰজেশ ঠাকুৰৰ সৈতে স্বামীৰ সম্পৰ্ক থকা বুলি অভিযোগ উঠাৰ পাছতে বিহাৰৰ সমাজ কল্যাণ মন্নী মঞ্জূ বাৰ্মাই নিজ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল | 11.56 | as |
|
এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূহেও তেওঁলোকৰ প্ৰাৰ্থীসকলৰ বিষয়ে সকলো তথ্য নিৰ্দিষ্ট ৱেবচাইটত প্ৰকাশ কৰাটো বাধ্যতামূলক | 7.08 | as |
|
আদালতে অভিযুক্ত সাব্যস্ত কৰা কোনো লোকক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰিব লাগে বুলি জনোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ সৰ্বসন্মত ৰায় প্ৰদান কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৰাজনীতিত অপৰাধীসকলে যাতে প্ৰৱেশ কৰিব নোৱাৰে সেইটো সংসদে নিশ্চিত কৰিব লাগে | 17.72 | as |
|
বিচাৰপীঠখনে লগতে ৰাজনীতিক অপৰাধীমুক্ত কৰাটো নিশ্চিত কৰাৰ বাবে বিধান মণ্ডলে আইন প্ৰণয়ন কৰাৰ কথা বিবেচনা কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায় | 9.04 | as |
|
সুৰক্ষা সূত্ৰসমূহে কৈছে যে কবৰস্থানৰ সমীপত লুকাই থকা কেইজনমান সন্তাসবাদীয়ে তালাচী অভিযান চলাই থকা সুৰক্ষা বাহিনীৰ এটা দলক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰাত এই সংঘৰ্ষৰ সূত্ৰপাত হয় | 11.8 | as |
|
তেওঁলোকে কৈছে যে এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে | 3.16 | as |
|
সুৰক্ষা বাহিনী আৰু সন্দেহযুক্ত সন্তাসবাদীৰ মাজত হোৱা এক চমু গুলিয়াগুলিৰ পাছত যোৱা নিশা এলেকাটো ঘেৰি ধৰি এই তালাচী অভিযান আৰম্ভ কৰা হৈছিল | 7.8 | as |
|
সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে অঞ্চলটোৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান আজি বন্ধ ৰখা হয় | 5 | as |
|
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু ভাৰ উত্তোলনৰ বিশ্ব ছেম্পিয়ন চৈখম মীৰা বাই চানুৱে দেশৰ সৰ্বোচ্চ খেল বঁটা ৰাজীৱ গান্ধী খেল ৰম্ম বঁটা লাভ কৰে | 9.28 | as |
|
ছত্তিশগড়ৰ ৰায়গড়ত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহৰ মহামিত্ৰজোঁটক সমালোচনা কৰে | 5.4 | as |
|
তেওঁ কয় যে মধ্যস্থতাকাৰী আৰু দুৰ্নীতিপৰায়ণ লোকসকলক উপকৃত কৰাৰ বাবে কংগ্ৰেছে কৃষকৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে | 7 | as |
|
প্ৰধানমন্তী শ্ৰী মোডীয়ে আজি এদিনীয়া অমণসূচীৰে ছত্তিশগড় আৰু পশ্চিমবংগলৈ গৈছে | 4.48 | as |
|
তেওঁ বিৰোধী দলৰ নেতাসকলে মমতা বেনাৰ্জীক সমৰ্থন দিয়াত আশ্চৰ্য প্ৰকাশ কৰিছে | 4.08 | as |
|
শ্ৰী মোডীয়ে পশ্চিমবংগৰ আইন পৰিস্থিতিৰ অৱনতিৰ লগতে চহকী ঐতিহ্য আৰু সংস্কৃতিক ধবংস কৰাৰ বাবে শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা কৰিছে | 9.2 | as |
|
বি জে ডি তথাগত চটপাথীয়ে কৃষকসকলৰ বাবে চৰকাৰে একো কৰা নাই বুলি অভিযোগ কৰে | 5.2 | as |
|
পূৰ্বেই এই গোচৰ সংক্ৰান্তত কেইবাবাৰো জেৰাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ নেতাজনে কলা ধন বৈধকৰণ প্ৰতিৰোধ আইনৰ অধীনত নিজৰ মন্তব্য বাণীবদ্ধ কৰিছিল | 8.88 | as |
|
বছ লোক এতিয়াও গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পৰিপেক্ষিতত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে | 7.08 | as |
Subsets and Splits